Please turn JavaScript on
নিয়মীয়া বাৰ্তা icon

নিয়মীয়া বাৰ্তা

Subscribe to নিয়মীয়া বাৰ্তা’s news feed.

Click on “Follow” and decide if you want to get news from নিয়মীয়া বাৰ্তা via RSS, as email newsletter, via mobile or on your personal news page.

Subscription to নিয়মীয়া বাৰ্তা comes without risk as you can unsubscribe instantly at any time.

You can also filter the feed to your needs via topics and keywords so that you only receive the news from নিয়মীয়া বাৰ্তা which you are really interested in. Click on the blue “Filter” button below to get started.

Title: নিয়মীয়া বাৰ্তা

Is this your feed? Claim it!

Publisher:  Unclaimed!
Message frequency:  15.9 / day

Message History

অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি থকা শ্ৰদ্ধা, ভালপোৱা আৰু অনুপ্ৰেৰণাকে সাৰোগত কৰি অভিজ্ঞতা নথকা সত্ত্বেও আৰু পৰ্যাপ্ত সজুঁলি নোহোৱাকৈয়ে  নগাঁও পুৰণিগুদামৰ এগৰাকী কিশোৰে নিৰ্মাণ কৰি উলিয়ালে এখন acoustic guitar ৷ জ্যেষ্ঠ সাংবাদিক, সাহিত্যিক নীলৰঞ্জন শৰ্মাৰ একমাত্ৰ পুত্ৰ ভৱাৰ্ণৱ ভৰদ্বাজ নামৰ কিশোৰজনে ঘৰতে নিজ হাতে নিৰ্মাণ...


Read full story

নিয়মীয়া বাৰ্তা, সৰুপথাৰ, ২৪ মে’ : সৰুপথাৰ সম-জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী বি ছেক্টৰৰ অসমৰ ভূমিত নগা ব্যক্তিয়ে নাগালেণ্ডৰ নাম উল্লেখ কৰি দোকান খোলাক লৈ সীমান্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

জানিব পৰা মতে, উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তৰ্গত সীমান্তৱৰ্তী হালধিবাৰী-লাচিতগাঁও পঞ্চায়ত এলেকাৰ ডিমৰ...


Read full story

পাটাছাৰকুছি শাখা সাহিত্য সভা (শতদল)ৰ বিশেষ বাৰ্ষিক অধিৱেশনখন দিনজোৰা কাৰ্যসূচীৰে আজি  অনুষ্ঠিত হৈ যায়৷ এই উপলক্ষে পুৱা ৯.৩০ বজাত শাখা সাহিত্য সভাৰ কাৰ্যালয়ৰ বাকৰিত পতাকা উত্তোলন কৰে শাখা সভাৰ সভাপতি হৰ্ষমোহন শৰ্মাই৷ স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰে উপ-সভাপতি অপূৰ্ব কুমাৰ শৰ্মাই৷ ইয়াৰ পিছতে প্ৰাগজ্যোতি ক্লাবৰ সভাকক্ষত সভাপতি হৰ্ষমোহন শৰ্মাৰ সভ...


Read full story

ডিজিটেল ডেস্ক, ২৪ মে’ : বিলাসীপাৰাৰ উদমাৰী মা কামাখ্যা মন্দিৰত যোৱানিশা চোৰৰ দলে চলালে চাফাই অভিযান। মন্দিৰটোৰ মূল দুৱাৰৰ তলা ভাঙি ভিতৰত প্ৰবেশ কৰি সোণ-ৰূপৰ আ-অলংকাৰ লুট কৰি নিয়াৰ লগতে মূল্যৱান বাচন-বৰ্তনো লৈ যায়।

আজি পূজাৰীয়ে মন্দিৰত পূজা কৰিবলৈ আহি চুৰিকাণ্ডৰ বিষয়টো পোহৰলৈ আনে। চুৰি হোৱাৰ খবৰ ...


Read full story

নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৪ মে’ : ঈদৰ পূৰ্বে ধুবুৰী আৰক্ষীৰ এক অভিযানত দুটা গৰুসহ চাৰিজনীয়া এটা গৰুচোৰৰ দলক কৰায়ত্ত কৰে।

জানিব পৰা মতে, ধুবুৰী চহৰৰ এ এম কো ৰোড বজাৰ নগৰ আৰক্ষী বিষয়া আভাজ্যোতি ৰাভাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ধুবুৰী চহৰৰ পাৰ...


Read full story