Please turn JavaScript on
Asomiyapratidin : Latest Posts icon

Asomiyapratidin : Latest Posts

Follow Asomiyapratidin : Latest Posts's news and updates in a matter of seconds! We will deliver any update via email, phone or you can read them from here on the site on your own news page.

You can even combine different feeds with the feed for Asomiyapratidin : Latest Posts.

Subscribing and unsubscribing is fast, easy and risk free.

The whole service is free of cost.

Asomiyapratidin : Latest Posts: Asomiya Pratidin - Latest Assamese News, Breaking Headlines, and Assam Updates

Is this your feed? Claim it!

Publisher:  Unclaimed!
Message frequency:  42.86 / day

Message History

পুনৰ ইউক্রেইনৰ ওপৰত ভয়ংকৰ আক্রমণ ৰাছিয়াৰ নিশাৰ ভিতৰতে ক্ষেপণাস্ত্ৰ, ড্ৰোনেৰে ভয়ংকৰ আক্ৰমণ ৰাছিয়াৰ অত্যাধুনিক ওৰেছনিক মিছাইলেৰে আক্ৰমণ ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণত ৪ জন লোকৰ মৃত্যু, আহত শতাধিক কিয়েভ' আৰু কাষৰীয়া এলেকাত এই আক্ৰমণ চলাই ৰাছিয়াই ক্ষতিগ্ৰস্ত কেইবাটাও বাসগৃহ, এখন বিদ্যলয়ৰ লগতে এটা অপেৰা হাউছ

Read full story
আজি নতুন দিল্লীত প্ৰদান কৰা হ’ব ২০২৬ বৰ্ষৰ পদ্ম সন্মান উত্তৰ-পূবৰ ৪ গৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হ'ব সন্মান পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হ’ব অসমৰ হৰিচৰণ শইকীয়াক সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে প্ৰদান কৰা হ’ব বঁটা লখিমপুৰ জিলাৰ গোসাঁইপুৰ গাঁৱৰ বাসিন্দা হৰিচৰণ শইকীয়া মেঘালয়ৰ পৰিৱেশ কৰ্মী হালী ৱাৰক প্ৰদান কৰা হ’ব পদ্মশ্ৰী সন্মান মৰণোত্তৰভাৱে মণিপুৰৰ শিল্পী...

Read full story
আজি শ্যামকানু মহন্তৰ জামিন আবেদনৰ তৃতীয়টো শুনানি গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্রহণ কৰিব শ্যামকানুৰ জামিনৰ শুনানি ২২ মে’ত দ্বিতীয় শুনানি গ্ৰহণ কৰিছিল ন্যায়াধীশ মিতালি ঠাকুৰীয়াৰ আদালতে জুবিন গাৰ্গৰ মৃত্যু আকস্মিক দুৰ্ঘটনা বুলি যুক্তি দিছিল অধিবক্তা প্ৰাণ বৰাই আজি চৰকাৰী অধিবক্তাই জামিন নাকচৰ বাবে আদালতত দৰ্শাব যুক্তি চৰকাৰী অধিবক্তাৰ দলৰ সৈতে থাকিব মহাধিবক্তা দেৱজিৎ লন শইকীয়া

Read full story
আজি অসম বিধানসভা অধিৱেশনৰ তৃতীয়টো দিন আজি সদনত উত্থাপন হ’ব আন কেইবাখনো বিধেয়ক সদনত উত্থাপন হ'ব সম নাগৰিক সংহিতা বিধেয়ক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সদনত উপস্থাপন কৰিব বিধেয়কখন সদনত উত্থাপন হ'ব নাৰী শক্তি বন্দন অধিনিয়ম মন্ত্রী অজন্তা নেওগে উত্থাপন কৰিব মহিলাৰ বাবে ৩৩% সংৰক্ষণৰ প্ৰস্তাৱ ৰাজ্যপালৰ ভাষণৰ ওপৰত বিতৰ্কৰে আৰম্ভ হ'ব সদনৰ কাম-কাজ

Read full story
পুনৰ সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন দেশত চতুৰ্থবাৰৰলৈ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ দাম প্ৰতিলিটাৰ পেট্ৰ’লত ২ টকা ৬১ পইচা বৃদ্ধি প্ৰতিলিটাৰ ডিজেলত বাঢ়িল ২ টকা ৭১ পইচা গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম হ'লগৈ ১০৫.৭৪ টকা লগতে প্রতিলিটাৰ ডিজেলৰ দাম হ'লগৈ ৯৭.৩২ টকা

Read full story